ৰাষ্ট্ৰীয় জ্ঞান আয়োগ
ভাৰত চৰকাৰ
  


নতুন
ভাৰত শক্তি পৰ্টেলো
ভাৰত জল পৰ্টেলৰ

নতুন অনুমোদনসমূহ

  ভাষা
  English
  हिन्दी
  বাংলা
  മലയാളം
  ಕನ್ನಡ
  ارد و
  தமிழ்
  नेपाली
  মণিপুরী
  ଓଡ଼ିଆ
  ગુજરાતી
কেন্দ্ৰীয় ক্ষেত্ৰসমূহ | পৰম্পৰাগত জ্ঞান

পৰম্পৰাগত জ্ঞান

ৰাষ্ট্ৰীয় জ্ঞান আয়োগে পৰম্পৰাগত জ্ঞানৰ নিম্নলিখিত দিশবোৰৰ প্ৰতি চকু ৰাখিছে:
  1. মূল নিয়মাৱলী ও মৌলিক ভূমিকা যি এই তথ্যসংগ্ৰহকৰণ আৰু আমাৰ প্ৰথাগত বিদ্যাৰ ব্যৱহাৰ অৰ্থাত্ সৃষ্টিশীল, সাংস্কৃতিক, উত্তৰাধিকাৰ সূত্ৰে পোৱা শ্ৰমশিল্পৰ ৱ্যবহাৰক চালিত কৰিব।
  2. আৰ্য়ুবেদ, ইউনানী, সিদ্ধ, তিব্বতী ইত্যাদি (সংগৃহীত প্ৰামান্য) আৰু প্ৰমাণ নোহোৱা অসংগৃহীত যি জনজাতীয় ভেষজ ঔষধ যন্ত্ৰ ব্যৱস্থাৰ মাজেদি আহি আমাৰ ওচৰ চাপিচেহি, 40,000 ৰো অধিক উদ্ভিদ ৰ্নিভৰ সেই ঔষধৰ সূত্ৰকৰণ ও সাংকেতীকৰণ।
  3. প্ৰচলিত কৃষিবিদ্যা সম্পৰ্কিত ৰীতিৰ ভিতৰত 4502 টা সংগৃহীত হৈছে। আই.চি.এ.আৰ. ৰ দ্বাৰা 2005 চনলৈকে ক্ৰমান্বয়ে খণ্ড খণ্ডকৈ 86 টাৰ মূল্যায়ণ আৰু 38 টাৰ প্ৰতিমূল্যায়ণ কৰা হৈ গৈছে।
  4. আমাৰ ৰন্ধন বিদ্যাৰ পৰম্পৰাত ব্যৱহৃত 150 বিধ শাক আৰু সমসংখ্যক ফলত খাদ্যমূল্য, পুষ্টিমূল্য ও অন্যান্য তথ্যাদি পোৱা যায়।
  5. সংস্কৃতি নিৰ্ভৰ পৰ্য্যটন, উদাহৰণ স্বৰূপে, জনজাতি কলাক্ষেত্ৰ চিহ্নিতকৰণৰ মাধ্যমেৰে আমাৰ দেশত থকা স্থানীয় প্ৰামাণ্য প্ৰদৰ্শনীমূলক কলাক উত্সাহদান আৰু ব্যতিক্ৰমী স্থানসমূহ ও ৰীতি ইত্যাদিক কামত লগাব লাগে।
  6. প্ৰচলিত পানী সংগ্ৰহ কৰাৰ ৰীতি, যিবোৰ সুসংগৃহীত কৰি ৰখা হৈছে, উদাহৰণস্বৰূপে, চি.এছ.ই.,নতুন দিল্লীৰ দ্বাৰা প্ৰকাশিত কিতাপখন
  7. ওপৰত নথিভুক্ত নকৰাকৈ থকা আমাৰ পৰম্পৰাগত ভাবে উত্পন্ন দ্ৰব্যাদি, পৰিসেৱা আৰু কলাসমূহ।
আমি উত্তৰাধিকাৰ সূত্ৰে পোৱা সেইবিলাক সাংস্কৃতিক সৃষ্টিশীল ৰীতিনীতিক নীতিবদ্ধ ভাবে বানিজ্যিকীকৰণ কৰিব লাগিব, যিবোৰে অন্তত: 100 নিযুতক চাকৰি দিবলৈ সক্ষম হ’ব আৰু অন্তত: 600,000 কোটী বাৰ্ষিক ৰাজহ আদায় কৰিবলৈ সক্ষম হ’ব।


More Traditional Knowledge links: সম্পদসমূহ     পৰামৰ্শসমূহ