ৰাষ্ট্ৰীয় জ্ঞান আয়োগ
ভাৰত চৰকাৰ
  


নতুন
ভাৰত শক্তি পৰ্টেলো
ভাৰত জল পৰ্টেলৰ

নতুন অনুমোদনসমূহ

  ভাষা
  English
  हिन्दी
  বাংলা
  മലയാളം
  ಕನ್ನಡ
  ارد و
  தமிழ்
  नेपाली
  মণিপুরী
  ଓଡ଼ିଆ
  ગુજરાતી
কেন্দ্ৰীয় ক্ষেত্ৰসমূহ | মুকলি আৰু দূৰৱৰ্ত্তী শিক্ষা

মুকলি আৰু দূৰৱৰ্ত্তী শিক্ষা

উচ্চ শিক্ষাৰ বাবে নামভৰ্ত্তি কৰা প্ৰায় আধাসংখ্যক ছাত্ৰ-ছাত্ৰীয়েই দূৰৱৰ্ত্তী শিক্ষাৰ যোগেদি (মুকলি বিশ্ববিদ্যালয়ৰ যোগেদি অথবা পৰম্পৰাগত বিশ্ববিদ্যালয়ৰ কৰ’ছপনডেনছ পাঠ্যক্ৰমৰ যোগেদি) শিক্ষালাভ কৰি আছে। কিন্তু মুকলি বিশ্ববিদ্যালয়ৰ যোগেদি শিক্ষালাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে উচ্চশিক্ষা আৰু উপযুক্ত সংস্থাপনৰ ক্ষেত্ৰত কিছু হ’লেও সংগ্ৰাম কৰিবলগীয়া হয়। মুকলি পাঠ্যক্ৰমৰ ক্ষেত্ৰত কিছুমান সুবিধাও উপলব্ধ হৈছে। ইন্টাৰনেট আৰু ব্ৰডবেণ্ডৰ ব্যৱহাৰ কৰি মুকলি পাঠ্যক্ৰমবিলাকক সাৰ্বজনীন কৰাৰ চেষ্টা চলি আছে, যিটোৱে দেশক এখন উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হোৱাত বৰঙণি আগবঢ়াব। আৰু ভবিষ্যতে এই সম্পদক আধাৰ হিচাপে ব্যৱহাৰ কৰি দেশৰ সমূহ শৈক্ষিক প্ৰতিষ্ঠানক জোৰা লগাব পৰা যাব।

ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ বিবেচনাধীন কিছূমান বিষয় হ’ল:
  • দূৰৱৰ্ত্তী শিক্ষাৰ বাবে উচ্চ-প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ
  • বাস্তৱ শ্ৰেণীকোঠাৰ বাবে ইন্টাৰনেট আৰু ব্ৰডবেণ্ডৰ সংযোগ
  • দেশত মুকলি পাঠ্যক্ৰম আৰু সম্পদৰ বিতৰণ
  • অ’.চি.ডব্লিউ.ৰ বিকাশ, মানদণ্ড প্ৰতিষ্ঠাকৰণ, আন্তঃনিয়ন্ত্ৰণ আদিৰ ক্ষেত্ৰত উদ্যোগ যুক্ত হোৱা উচিত

More Open and Distance Education links: পৰামৰ্শসমূহ