ৰাষ্ট্ৰীয় জ্ঞান আয়োগ
ভাৰত চৰকাৰ
  


নতুন
ভাৰত শক্তি পৰ্টেলো
ভাৰত জল পৰ্টেলৰ

নতুন অনুমোদনসমূহ

  ভাষা
  English
  हिन्दी
  বাংলা
  മലയാളം
  ಕನ್ನಡ
  ارد و
  தமிழ்
  नेपाली
  মণিপুরী
  ଓଡ଼ିଆ
  ગુજરાતી
কেন্দ্ৰীয় ক্ষেত্ৰসমূহ | পুথিভঁৰালসমূহ

পুথিভঁৰালসমূহ

জ্ঞানভাণ্ডাৰত প্ৰৱেশ কৰি জ্ঞান আহৰণ কৰিবলৈ সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত পুথিভঁৰাল সমূহৰ ভূমিকা সঁচাই গুৰুত্বপূৰ্ণ। আজিৰ যুগত পুথিভঁৰালসমূহে দুটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলগীয়া হয়-তথ্য আৰু জ্ঞানৰ স্থানীয় কেন্দ্ৰ হিচাপে সমাজক উপকৃত কৰা, ৰাষ্ট্ৰীয় আৰু গোলকীয় শিক্ষাৰ দুৱাৰদলিৰ ভূমিকা গ্ৰহণ কৰা। এই দুয়োটা দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ পুথিভঁৰালসমূহৰ সংগ্ৰহ, সেৱা-সুবিধা আদিৰ আধুনিকীকৰণ কৰা দৰকাৰ। লগতে সামূহিক তথ্য কেন্দ্ৰলৈ ৰূপান্তৰিত হোৱাৰ বাবে অন্য অনুষ্ঠান-প্ৰতিষ্ঠান, স্বেচ্ছাসেৱী সংগঠনৰ লগত সংঘবদ্ধ হোৱা উচিত।

ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ বিবেচনাধীন কিছূমান বিষয় হ’ল:
  • পুথিভঁৰালসমূহৰ আনুষ্ঠানিক সংগঠন;
  • নেটৱৰ্কিং;
  • শিক্ষা, প্ৰশিক্ষণ আৰু গৱেষণা;
  • পুথিভঁৰালসমূহৰ আধুনিকীকৰণ আৰু কম্পিউটাৰীকৰণ;
  • ব্যক্তিগত আৰু নিজা সংগ্ৰহ সমূহৰ তত্বাৱধান আৰু
  • প্ৰয়োজনীয় পৰিবৰ্তনৰ বাবে আৱশ্যকীয় কৰ্মচাৰী;

More Libraries links: অনুমোদনসমূহ
  পৰামৰ্শসমূহ
  Working Group Report