ৰাষ্ট্ৰীয় জ্ঞান আয়োগ
ভাৰত চৰকাৰ
  


নতুন
ভাৰত শক্তি পৰ্টেলো
ভাৰত জল পৰ্টেলৰ

নতুন অনুমোদনসমূহ

  ভাষা
  English
  हिन्दी
  বাংলা
  മലയാളം
  ಕನ್ನಡ
  ارد و
  தமிழ்
  नेपाली
  মণিপুরী
  ଓଡ଼ିଆ
  ગુજરાતી
কেন্দ্ৰীয় ক্ষেত্ৰসমূহ | উচ্চ শিক্ষা

উচ্চ শিক্ষা

ভাৰতত উচ্চ শিক্ষাৰ অৰ্থ হৈছে মাধ্যমিক শিক্ষাতকৈ উচ্চ পৰ্য্যায়ৰ শিক্ষা। উচ্চ শিক্ষাত নামভৰ্তিৰ অনুপাত অন্ততঃ 20% বৃদ্ধি কৰিব লাগিব। ইয়াৰ অৰ্থ হ’ল- আগন্তুক পাঁচ বছৰৰ ভিতৰত উচ্চ শিক্ষাৰ পৰিধি দুগুণতকৈ অধিক বৃদ্ধি কৰিব লাগিব। কেৱল ইমানেই নহয়, মানদণ্ড ক্ষেত্ৰত আপোচ নকৰাকৈ নতুন উচ্চ শিক্ষাক জ্ঞানবান সমাজৰ আৱশ্যকীয়তা আৰু প্ৰয়োজনীয়তা অনুসৰি অধিক উপযোগী কৰি তুলিব লাগিব। উচ্চ শিক্ষাক সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সুলভ কৰি তোলাৰ বিষয়তো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ বিবেচনাধীন কিছূমান বিষয় হ’ল:
  • উচ্চ শিক্ষাৰ পৰিমান আৰু মানৰ দৰে ব্যৱস্থাগত বিষয় চিনাক্তকৰণ
  • উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিত্তীয় যোগান
  • বিশ্ববিদ্যালয়সমূহৰ আনুষ্ঠানিক স্থাপন
  • গভৰ্নেণ্স আৰু প্ৰশাসন
  • কাৰিকুলাম আৰু পৰীক্ষাৰ বাবে উপযুক্ত সামগ্ৰী
  • অনুষদ আৰু গৱেষণা
  • নিয়ন্ত্ৰণকাৰী ফ্ৰেমৱৰ্ক

In his address to launch the NKC’s Report to the Nation on January 12th, the Prime Minister remarked, “The Commission’s reports have many useful ideas for reforming higher education. These are all ideas that merit serious discussion. I would urge the Commission to take these ideas across the country and build consensus.”

In pursuance of this directive from the Prime Minister, NKC has sent out the report to a wide range of stakeholders including the central government, state governments, vice chancellors and university representatives, colleges and their principals, NGOs and think-tanks. Further several national, regional and local seminars are also being planned to disseminate and discuss the recommendations. For some of the feedback on the higher education report, see ‘Continuing Dialogue’.
More Higher Education links: অনুমোদনসমূহ
Continuing Dialogue on Higher Education