ৰাষ্ট্ৰীয় জ্ঞান আয়োগ
ভাৰত চৰকাৰ
  


নতুন
ভাৰত শক্তি পৰ্টেলো
ভাৰত জল পৰ্টেলৰ

নতুন অনুমোদনসমূহ

  ভাষা
  English
  हिन्दी
  বাংলা
  മലയാളം
  ಕನ್ನಡ
  ارد و
  தமிழ்
  नेपाली
  মণিপুরী
  ଓଡ଼ିଆ
  ગુજરાતી
কেন্দ্ৰীয় ক্ষেত্ৰসমূহ | কৃষি

কৃষি

ভাৰতীয় জনসংখ্যাৰ 60 শতাংশৰ জনসাধাৰণৰ মূল জীৱিকা হ’ল কৃষিকৰ্ম। জি.ডি.পি. ৰ অংশদাৰীত্ব স্থিতিশীলভাবে নিম্নগামী হোৱা স্বত্তেও দেশৰ ভিতৰতে ই এটা প্ৰধান অৰ্থনৈতিক শাখা হিচাপে পৰিগণিত হৈছে। ভাৰতৰ বিভিন্ন গ্ৰামাঞ্চলৰ নিম্নগামী ও পৰিবৰ্ত্তিত বৃদ্ধি-হাৰ আৰু কৃষিকাৰ্য্য বিষয়ক সমস্যাৰ সাম্প্ৰতিক বৃদ্ধি, কেৱল মাত্ৰ জাতীয় সুৰক্ষাৰ বাবেই নহয়, অৰ্থনৈতিক সুস্বাস্থ্যৰ বাবে অতি আশংকাজনক।

কৃষিসংক্ৰান্তীয় বিষয়বিলাকৰ মাজত এন.কে.চি. এ হস্তক্ষেপ কৰিব পৰা কেইটামান বিশেষ ক্ষেত্ৰ চিহ্নিত কৰাত সক্ষম হৈছে। কৃষিবিদ্যাৰ জ্ঞান সংক্ৰান্তীয় ৰ্দখাস্ত বিলাকক উত্সাহ প্ৰদান আৰু ৰ্ফামৰ আয় ও উত্পাদন ক্ষমতাক গ্ৰহণযোগ্যভাবে বৃদ্ধি কৰিবৰ বাবে এন.কে.চি. য়ে ভাৰতীয় কৃষি গৱেষণা সংস্থা (আই.চি.এ.আৰ.) ৰ সতে সংযুক্তহৈ বিভিন্ন অংশীদাৰ আৰু বিশেষজ্ঞ সকলৰ লগত সভা-সমিতি অনুষ্ঠিত কৰাত নিজক ব্যস্ত ৰাখিছে। আয়োগে আলোকপাত কৰা চাৰিটা কেন্দ্ৰীয় ক্ষেত্ৰ আছিল, শস্য কটাৰ পিছৰ অৱগাঁঠনি, জৈবিক সাৰ তৈয়াৰ, শস্যৰ পোক ৰ্নিমুলৰ প্ৰবন্ধন কাৰ্য্যসূচী আৰু কৃষি ক্ষেত্ৰত শক্তি প্ৰৱন্ধন। বিচক্ষণতাসহ কিছু অনুৰোধ-পত্ৰৰ খচৰা প্ৰস্তুতৰ কামো কৰি থকা হৈছে। তাৰোপৰি কৃষিকাৰ্য্য সৰ্ম্পৰ্কিত গৱেষণা ও ব্যাপ্তি ব্যৱস্থা তথা প্ৰাসংগিক সামাজিক কৃষিকাৰ্য্য সম্পৰ্কিত জ্ঞান সৃষ্টি ও ব্যাপ্তিৰ বাবে প্ৰয়োজনীয় যন্ত্ৰ ব্যৱস্থা উন্নত আৰু প্ৰসাৰিত কৰিবৰ বাবে এন.কে.চি. এ কাম আৰম্ভ কৰিছে।