ৰাষ্ট্ৰীয় জ্ঞান আয়োগ
ভাৰত চৰকাৰ
  


নতুন
ভাৰত শক্তি পৰ্টেলো
ভাৰত জল পৰ্টেলৰ

নতুন অনুমোদনসমূহ

  ভাষা
  English
  हिन्दी
  বাংলা
  മലയാളം
  ಕನ್ನಡ
  ارد و
  தமிழ்
  नेपाली
  মণিপুরী
  ଓଡ଼ିଆ
  ગુજરાતી
আমাৰ বিষয়ে | উপদেষ্টা আৰু কৰ্মীবৃন্দ

উপদেষ্টাসকল

ড. অশোক কোলাসকাৰ(উপদেষ্টা)

জীৱ তথ্য বিজ্ঞানৰ (বায়’ইনফৰমেটিকছ) এজন পথ প্ৰবৰ্ত্তক হিচাপে অশোক ভাৰত চৰকাৰৰ বায়’টেকন’লজি বিভাগৰ বায়’ইনফৰ্মেটিক্স এণ্ড হিউমেন ৰিচৰ্ছ টাক্সফোৰ্চৰ এজন সদস্য। য়োৱা 28 বছৰ ধৰি ভাৰত আৰু আমেৰিকাৰ বিভিন্ন বিশ্ববিদ্যালয়ত কাম কৰাৰ ওপৰিও বহু গুৰুত্বপূৰ্ণ গৱেষণা পত্ৰও প্ৰকাশ কৰিছে। অশোক বহু সংখ্যক চফটৱেৰ আৰু বেৱ নিৰ্ভৰ ডাটাবেচ তৈয়াৰৰ সৈতেও জড়িত। পুণা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হিচাবে তেওঁ বিশ্ববিদ্যালয়ৰ সঞ্চালন, আৰ্থিক ব্যৱস্থাপনা, গুণমান ইত্যাদি বিষয়ত বিশ্ববিদ্যালখনলৈ আমুল পৰিবৰ্ত্তন আনিবলৈ সক্ষম হোৱাৰ লগতে বিশ্ববিদ্যালয়ৰ আৰ্থিক দিশটোও টনকিয়াল কৰাত বহুপৰিমানে সক্ষম হৈছিল। বহু পুৰষ্কাৰেৰে বিভূষিত অশোক বিভিন্ন বৈজ্ঞানীক সংস্থা আৰু অকাডেমীৰ সদস্য।


Kalpana Dasgupta (Advisor)

Former Librarian of the National Library and Director of the Central Secretariat Library, Smt. Kalpana Dasgupta served as the Chairperson of the Working Group on Libraries of the National Knowledge Commission and is currently the Advisor to the NKC on Libraries. She has served as the President of the Indian Library Association and has been the Indian representative in the regional standing Committee for Asia and Oceania of International Federation of Library Associations (IFLA). She has over 40 years of working experience in the profession and has served as a member of many high-power Committees for the Government of India. She is presently a member of the Library Board of Khuda Baksh Library, the Raja Rammohun Roy Library Foundation and the Panel of Experts of National Institute of Science Communication and Information Resources (NISCAIR). She has traveled extensively to represent Government of India as well as several institutions in various international seminars and conferences. She also has the distinction of being the first, and only, woman to hold the posts of Librarian, National Library; Director, Central Secretariat Library and President, Indian Library Association.


Razia Sultan Ismail (Advisor)

A development activist, Razia Sultan Ismail has specialized in information management and communication planning, policy advocacy, alliance-building and non-formal approaches to training and capacity-building. Moving from news media, she served the United Nations for 23 years as an information and advocacy professional heading regional and national programmes for external relations and extension education for UNICEF in South Asia and India.She pioneered policy attention to the rights of the girl child in the 1980s.Her ongoing engagement with people’s action for child rights and inter-faith dialogue includes leadership in NGO review and reporting on development with justice. Awarded UN Fellowships on Population and women, and a Permanent Fellow of the World Press Institute, she chairs the World Social Forum India Trust.



কৰ্মীবৃন্দ

শ্ৰী সুনীল বাহৰী(কাৰ্য্যকৰী সঞ্চালক)

দিল্লী স্কুল অব ইকনমিক্সৰ এজন স্নাতকোত্তৰ ডিগ্ৰীধাৰী সুনীল বাহৰী ভাৰতীয় হিচাব আৰু গণনা বিভাগৰ সদস্য। তেখেতে যোৱা 25 বছৰ কেন্দ্ৰীয় আৰু ৰাজ্যস্তৰৰ বহু ক্ষেত্ৰত পাব্লিক ফিনান্সিয়াল মেনেজমেন্ট ও অডিটৰ কামত অভিজ্ঞতা লাভ কৰিছে। তেওঁৰ মূল অভিজ্ঞতা হ’ল স্ট্ৰেটেজিক প্লেনিং, মানব সংসাধন ব্যৱস্থাপনা, পাৰৰ্ফৰমেন্স অডিট আৰু ই-গভৰ্নেন্স সংক্ৰান্তীয় প্ৰয়োগ। কাৰ্য্যবাহী সঞ্চালক হিচাবে তেওঁ আয়োগৰ শাসকীয় ও গৱষণা সংক্ৰান্তীয় কাম কাজৰ সংযোগ সাধনৰ দিশটো চোৱা চিতা কৰে।


চন্দনা চক্ৰবৰ্ত্তী (গবেষণা সহযোগী)

চন্দনা চক্ৰবৰ্ত্তী য়ে চি.চি.এম.বি. ৰ দৰে চি.এছ.আই.আৰ. ৰ এটা আৰ্ন্তজাতিক খ্যাতিসম্পন্ন মূল গৱেষণা পৰীক্ষাগাৰৰ গঠন আৰু উন্নতিৰ ক্ষেত্ৰত (ড. পি. এম. ভাৰ্গৱৰ সৈতে)এক বিশেষ ভূমিকা পালন কৰিছে। ভাৰত আৰু বিদেশৰ পৰা প্ৰকাশিত বহু আলোচনী আৰু সংবাদ পত্ৰত তেওঁৰ শতাধিক গৱেষণা পত্ৰ প্ৰকাশিত হৈছে। সামাজিক কৰ্মী হিচাবে হাইদৰাবাদত অবস্থিত মাৰ্চ নামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ আহ্বায়ক হিচাবে কাম কৰিছিল। 1995 চনত নিউৰ্য়কত ৰাষ্ট্ৰসংঘই আয়োজন কৰা বিশ্ব যুৱ নেতৃত্ব শিখৰ সন্মিলনত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু বৰ্তমানে তেওঁ থাৰ্ড ৰ্ৱল্ড একাডেমি অব উইমেন চাইন্টিষ্ট ও ৰ্ৱল্ড একাডেমি অব আৰ্ট এণ্ড চাইন্সৰ সন্মানীয় সদস্য।


শ্ৰীয়া আনন্দ (গবেষণা সহযোগী)

ইণ্ডিয়ান এক্সপ্ৰেছ ৰ অৰ্থনীতি বিভাগত ছমাহ সহকাৰী গবেষক হিচাবে কাম কৰা শ্ৰীয়াই 2006 চনৰ এপ্ৰিলত ৰাষ্ট্ৰীয় জ্ঞান আয়োগত যোগদান কৰে। ভাৰতত যি ব্যৱসায় বাণিজ্যৰ পৰ্যায়- ভেদ আৰু এই ক্ষেত্ৰত যি চৰকাৰী সংস্থাসমূহৰ বেচৰকাৰীকৰণ চলিছে, শ্ৰীয়াৰ গবেষণাৰ বিষয় আছিল এই। গণিতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা শ্ৰীয়াই লন্ডনৰ গল্ডমেন ছাক্সত কাম কৰিছিল। আয়োগত তেওঁ আবিষ্কাৰ,নতুন বাণিজ্য উদ্যাগ, বৃত্তিগত শিক্ষা ও পুথিভড়াল আদি বিষয়ৰ ওপৰত কাম কৰি আছে।


মিতাক্ষৰা কুমাৰী (গবেষণা সহযোগী)

ইন্টাৰনেচনেল ৰিলেচন এণ্ড ডেভলপমেন্ট ষ্টাডিজ- এই বিষয়ত স্নাতকোত্তৰ অধ্যয়ন সমাপ্ত কৰাৰ পিছত মিতাক্ষৰাই ব্ৰুচেলছৰ ইউৰোপীয় কমিছনৰ ডিৰেক্টৰ জেনেৰেল ফৰ ডেভেলপমেন্ট- অফিছত যোগদান কৰে। কমিছনত তেওঁ কাম কৰা বিষয় সমূহ আছিল—খাদ্য সুৰক্ষা, কৃষিৰ আধুনিকীকৰণ আৰু শাসন ব্যৱস্থা—বিশেষ ভাবে পূব আফ্ৰিকাৰ উন্নতশীল দেশ সমূহৰ সৰ্ন্দভত। মিতাক্ষৰাই ইউৰোপীয়ান ইনস্টিটিউট ফৰ এচিয়ান ষ্টাডিজতো কাম কৰিছিল যিটো ব্ৰুচেলছ কেন্দ্ৰিক এটা বৌদ্ধিক বিচাৰ সংস্থা। তাত কাম কৰি থকা অবস্থাত ই.আই.এ.এছ. আলোচনীত ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত যি প্ৰগতিশীল সহযোগীতাৰ ক্ষেত্ৰ পৰিবৰ্তনৰ জোঁৱাৰ উঠিছে সেই বিষয়ে এখন গবেষণা পত্ৰ প্ৰকাশ কৰিছিল। ৰাষ্ট্ৰীয় জ্ঞান আয়োগত তেওঁৰ কামৰ বিষয় সমূহ হ’ল-ই-গভৰ্নেন্স, নেটৰ্ৱক এণ্ড পোৰ্টেল, স্বাক্ষৰতা আৰু ভাষা।


ড. সমীক্ষ ৰাহা(গবেষণা সহযোগী)

সমীক্ষ ৰাহাই কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি. ডিগ্ৰী লাভ কৰিছিল আৰু সেয়ে তেওঁক ত্ৰিনিটি কলেজৰ পৰা পষ্ট ডক্টৰেল গবেষণাৰ ৰুচবল বৃত্তিৰ বাবে নিৰ্বাচন কৰিছিল। গবেষণাত তেওঁ এইটো বাখ্যা কৰি দেখুৱাইছিল যে স্বাধীনতা লাভৰ পিছত ভাৰতে কি ভাবে ক্ষমতা আৰু প্ৰতিপত্তিক আইনসন্মত ভাবে প্ৰগতিৰ যোজনা-কৌশলৰ কামত লগাইছে – বিশেষকৈ – ৰাজ্যৰ মাজৰ জল বিবাদ, পৰমাণু শক্তি ও সুৰক্ষাৰ বিষয়ে বিভিন্ন নীতিগত মতামত আৰু নানান গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্তলৈ অহাত চৰকাৰৰ লগতে বিভিন্ন ব্যৱসায়িক সমাজৰ বুজাপৰা ইত্যাদি। নানান অৰ্থপূৰ্ণ দিশৰ পৰা গুৰুত্বপূৰ্ণ প্ৰগতিশীল যোজনা আৰু শাসন ব্যৱস্থাত ৰাজ্য চৰকাৰৰ পৰিবৰ্ত্তিত ভূমিকা ৰ ওপৰত তেওঁ বিশেষ আগ্ৰহ দেখুৱাইছে। ইয়াৰ আগতে তেওঁ ৱাশ্বিংটন, ডি.চি. স্থিত ব্ৰুকিংচ ইনস্টিটিউচন আৰু ইকনমিক ইন্টেলিজেন্স ইউনিট(লণ্ডন)ত কাম কৰিছিল। ৰাষ্ট্ৰীয় জ্ঞান আয়োগত তেওঁৰ কামৰ বিষয় সমূহ হ’ল – আবিষ্কাৰ, নবীন শিল্পোদ্যোগ আৰু পেছাদাৰী শিক্ষা ব্যৱস্থা।


অম্লানজ্যোতি গোস্বামী (গৱেষণা সহায়ক)

এজন প্ৰশিক্ষণপ্ৰাপ্ত অধিবক্তা, হাৰ্ভাড ল’ স্কুল আৰু দিল্লী বিশ্ববিদ্যালয়ৰ ডিগ্ৰী প্ৰাপ্ত। তেওঁ বিশ্ববিদ্যালয়ৰ সোনৰ পদক আৰু ইনলাক্স বৃ্ত্তি প্ৰাপক। আইনগত আলোচনাকাৰী আৰু কোম্পানী সম্বন্ধীয় বৃত্তি প্ৰসাৰ আদি ক্ষেত্ৰৰ গৱেষক হিচাপে ভাৰতবৰ্ষ আৰু আমেৰিকাত কাম কৰাৰ অভিজ্ঞতাৰদ্বাৰা ৰাষ্ট্ৰীয় জ্ঞান আয়োগত স্থান লাভ কৰিছে। ৰাষ্ট্ৰীয় জ্ঞান আয়োগত তেওঁ মেধা সম্পদৰ অধিকাৰ(আই.পি.আৰ.), উদ্ভাৱন ও এন্টাৰপ্ৰেণিঅ’ৰশ্বিপ আৰু ভাৰতত আইনগত শিক্ষাৰ বৰ্হিগমন সম্বন্ধীয় বিষয়ক কেন্দ্ৰ কৰি কাম কৰি আছে।


Aditi Saraf (Research Associate)

Aditi joined the National Knowledge Commission in September 2006, after completing an MA in Sociology from Delhi University. She is a recipient of the university gold medal, and has been a guest lecturer in Delhi University in the undergraduate course on Gender and Society. At the NKC, she is currently working on Agriculture and School Education.


Deepti Ayyanki (Research Assistant)

Deepti, an alumnus of IMT Ghaziabad (DLP), is a First division Post Graduate in Human Resource Management and International Business. She joined the NKC in October, 2006. Prior to this she was associated with the ITC group of Hotels as an HR Trainee. At the NKC she has been working on the development of a database consisting of stakeholders from diverse focus areas and assisting the outreach programme and research activities at the NKC.


অসীমা শেঠ (কাৰ্য্যবাহী সহকাৰী)

অসীমা এগৰাকী এয়াৰ ফৰ্চ বল ভাৰতী স্কুলৰ প্ৰাক্তন ছাত্ৰী আৰু দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক। তেওঁ দিল্লীৰ ওৱাই.ডব্লিউ.চি.এ. ৰ পৰা প্ৰশাসনিক সচিৱ সম্বন্ধীয় অভ্যাসনৰ কৰ্ছ এটা শেষ কৰিছে। বৰ্ত্তমান তেও ভাৰতীয় বিদ্যাভৱনৰ পৰা ফৰাচী ভাষা আহৰণ কৰি আছে। ৰাষ্ট্ৰীয় জ্ঞান আয়োগত যোগদান কৰাৰ আগতে তেওঁ সাত মাহৰ কাৰণে এটা এন.জি.অ’. পৰিচালিত এখন স্কুলত কাম কৰিছিল। তেওঁ এন.কে.চি. ত থকা কালত কমিচনৰ বিভিন্ন দৈনন্দিন কাৰ্য্যকৰী কৰ্ম সুচাৰুৰূপে কৰি নিয়াৰ লগতে যথেষ্ট অভিজ্ঞতাও অৰ্জন কৰিবলৈ সক্ষম হৈছে।